Download Now Banner

This browser does not support the video element.

হোজাই: জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ হৈ পৰে প্ৰতিজন অনুৰাগী,নতুন বজাৰত হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Hojai, Hojai | Sep 22, 2025
হোজাইত জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ হৈ পৰে প্ৰতিজন অনুৰাগী।হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই সকলো অনুৰাগীৰ চকুত চকুলো।আজি সন্ধিয়া ভাগৰ পৰা নতুন বজাৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠিত কৰিছিল সাংস্কৃতিক সন্ধিয়াৰ।উক্ত সাংস্কৃতিক সন্ধিয়াৰ শনিবাৰে নিশা প্ৰায় ১০মান বজাত সামৰণি পৰে।জ্যেষ্ঠ-কণিষ্ঠ সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰাদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়।শিল্পী গৰাকীৰ চিৰসেউজ গীত মায়াবিনী ৰাতিৰ বুকুত সমস্বৰে পৰিবেশন কৰা পৰিলক্ষিত হয়।
Read More News
T & CPrivacy PolicyContact Us