Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: গোলকগঞ্জত ভাৰত-বাংলদেশ সীমান্তৰ পৰা এজনক আটক, উদ্ধাৰ এয়াৰগান, মোবাইল
Dhubri Part, Dhubri | Aug 24, 2025
গোলকগঞ্জ আৰক্ষীৰ অভিযানত এজন যুৱকক আটক,বাসগৃহৰ পৰা উদ্ধাৰ এটি এয়াৰগান। ধৃত যুৱক জন লক্ষীমাৰী নায়েৰছৰা গাঁৱৰ আলী হুচেইন বেপাৰী। বাংলদেশৰ মৌলবাদী সংগঠনৰ নাম লৈ বিভিন্ন জনক ভয় ভাবুকি প্ৰদানৰ অভিযোগত আটক যুৱক জন।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!