Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: সদৰৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ সংবাদ মেল সম্বোধন

Sibsagar, Sivasagar | Aug 28, 2025
শিৱসাগৰ সদৰৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ সংবাদ মেল সম্বোধন । ভোট চোৰৰ প্ৰসংগত সংবাদ মেলত সৰৱ সভাপতি গৌৰৱ গগৈ । কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ভোট চোৰৰ অভিযোগ উত্থাপিত কৰাৰ পাছতেই সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ শিৱসাগৰতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদ মেল সম্বোধন কৰি বিষয় টোৰ ওপৰত সৰৱ হোৱা দেখা গ'ল।
Read More News
T & CPrivacy PolicyContact Us