This browser does not support the video element.
গোলাঘাট: জিলা আয়ুক্ত কাৰ্য্যালয়ত মন্ত্ৰী অতুল বৰা,মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত
Golaghat, Golaghat | Sep 13, 2025
গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয় মন্ত্ৰী অতুল বৰা,মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত l অহা ১৭–২৩ ছেপ্টেম্বৰত পালন হ'বলগীয়া “সেৱা সপ্তাহ”ৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সন্ধিয়া প্ৰায় ৯ বজাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মন্ত্ৰীসকল, বিধায়কসকল আৰু সকলো জিলা আয়ুক্তসকলৰ সৈতে ভাৰ্চূৱেলী বৈঠকত মিলিত হয়।