Download Now Banner

This browser does not support the video element.

বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত আদি কৰ্মযোগী অভিযানৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়

Balijana, Goalpara | Sep 8, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত আদি কৰ্মযোগী অভিযানৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। গোৱালপাৰা জিলাত আৰম্ভ কৰা "আদি কৰ্মযোগী অভিযান"ৰ বাবে আজিৰ পৰা ব্ল'ক পৰ্যায়ৰ মাষ্টাৰ ট্ৰেইনাৰসকলৰ তিনিদিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈছে। গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ বহুমুখী ভৱনত আজি প্ৰথম দিনা জিলা আয়ুক্ত প্ৰদীপ টিমুংয়ে বন্তি প্ৰজ্বলন কৰি এই প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰে। উদ্বোধনৰ সময়ত জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কোঁ‌ৱৰ আৰু সহকাৰী আয়ুক্ত আশিস কলিতা উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us