Download Now Banner

This browser does not support the video element.

গুৱাহাটী: মহানগৰীৰ খানাপাৰা ISBT ত কেইবাজনো ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষী

Guwahati, Kamrup Metropolitan | Aug 23, 2025
খানাপাৰা ISBT ত কেইবাজনো ড্ৰাগছ আসক্ত যুৱক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষী। বিভিন্ন সময়ত ড্ৰাগছ আসক্তসকলক নিচা মুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰি আহিছে আৰক্ষীয়ে।ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে খানাপাৰা ISBT ৰ পৰা উদ্ধাৰ কৰিছে ৬ জনকৈ ড্ৰাগছ আসক্তক।৬ জনকে নিচা মুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ড্ৰাগছ ব্যৱসায়ী পুটু চাংমা ওৰফে পুটু ছেত্ৰীক মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে।
Read More News
T & CPrivacy PolicyContact Us