Install App
nabakumardekaorang
This browser does not support the video element.
ওদালগুৰি: ট্ৰাইবেল বেল্টত গোৰ্খাক খিলঞ্জীয়া জনগোষ্ঠীক সংৰক্ষিত শ্ৰেণীৰ মৰ্য্যদা প্ৰদান কৰাত মুখ্যমন্ত্ৰীক গোৰ্খা সন্মিলনৰ আদৰণি
Udalguri, Udalguri | Aug 1, 2025
অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ কেবিনেটে তিনিচুকীয়া জিলা অন্তৰ্গত টিৰাপ ট্ৰাইবেল বেল্টত আহোম, মৰাণ, মটক, চাহ জনগোষ্ঠী আৰু চুতীয়াৰ লগতে গোৰ্খা সকলকো অসম ভূমি আৰু ৰাজহ সংশোধনী আইন ১৮৮৬ৰ দশম অধ্যায়ৰ অন্তৰ্গত ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত বিশেষ সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ সিদ্ধান্তক অসম গোৰ্খা সন্মিলন, কেন্দ্ৰীয় সমিতিয়ে আদৰণি জনাইছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!