This browser does not support the video element.
ডুমডুমা: ডুমডুমাত কৃষি বিভাগৰ সজাগতা কাৰ্যসূচী ,উপস্থিত থাকে সহকাৰী কৃষি পৰিদৰ্শক দিগন্ত বৰা
Doom Dooma, Tinsukia | Sep 25, 2025
তিনিচুকীয়া জিলা কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে ডুমডুমাত কৃষকসকল তথা ৰাইজৰ মাজত এক সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয় । এনে অসাধু চক্ৰৰ পৰা আতঁৰত থাকিবলৈ তথা কৃষি সম্পৰ্কীয় প্ৰয়োজনীয় দিহা পৰামৰ্শ ল'বলৈ প্ৰত্যক্ষভাৱে কৃষকসকলক কৃষি বিভাগৰ জিলা কাৰ্যালয় অথবা কৃষি বিষয়াৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় এই সজাগতা কাৰ্যসূচীৰ জৰিয়তে ।