This browser does not support the video element.
শিৱসাগৰ: প্ৰাপ্যৰ দাবীত শিৱসাগৰত প্ৰেছক্লাৱত জিলা সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চৰ সংবাদ মেল
Sibsagar, Sivasagar | Sep 12, 2025
প্ৰাপ্যৰ দাবীত শিৱসাগৰত প্ৰেছক্লাৱত জিলা সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চৰ সংবাদ মেল । পাব লগা তিনি মাহৰ বকেয়া দূৰ্গা পূজাৰ আগত দিবলৈ দাবী এই সকল শিক্ষকৰ । অন্যহাতে শিক্ষক সকলৰ গ্ৰেছুইটিৰ ধন ৰাশি ১০ লাখৰ পৰা ২৫ লাখ কৰাৰো দাবী এই সকল শিক্ষকৰ । এনেদৰে বহু কেইটা গুৰুত্বপূৰ্ণ দাবীৰে সংবাদ মেল সম্বোধন কৰে শিৱসাগৰ জিলা সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চই ।