Download Now Banner

This browser does not support the video element.

নগাঁও: অমৃত কাননত ড• ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন

Nagaon, Nagaon | Sep 8, 2025
আজি‌ ড• ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী। সমগ্ৰ ৰাজ্যতে শিল্পীগৰাকীক স্মৰণ।নগাঁও জিলাৰ পৌৰসভাৰ অমৃত কাননতো ড• ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি।নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ম্যাল্যাপণ কৰে ড• ভূপেন হাজৰিকাৰ আৱক্ষ্য মূৰ্তি।শিল্পীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন। তুলিকাৰে ন-ৰূপত সজাই তুলিবলৈ চেষ্টা প্ৰতিযোগী শিল্পীসকলৰ।
Read More News
T & CPrivacy PolicyContact Us