This browser does not support the video element.
গোলাঘাট: বন কৰ্মী দশমী দুৱৰালৈ গোলাঘাট ৰদালী পইণ্টত শ্ৰদ্ধাঞ্জলি জ্ঞাপন জিলা নাগৰিক সমাজৰ লগতে দল সংগঠনৰ
Golaghat, Golaghat | Aug 20, 2025
বোকাখাটত কৰ্তব্য স্থানতেই আত্মহত্যা কৰা বন কৰ্মী দশমী দুৱৰালৈ বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত গোলাঘাট নগৰৰ ৰ'দালি পইণ্টত শ্ৰদ্ধাঞ্জলী জনাই সমূহীয়াকৈ এক বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানত গোলাঘাটৰ নাগৰিক সমাজ আৰু গোলাঘাট জিলাৰ সমূহ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ বিষয় ববিয়া উপস্থিত l অনুষ্ঠানত অংশগ্ৰহণ কৰি গোলাঘাট জিলা দল সংগঠনৰ বিষয় ববিয়া সকলে বন্তি প্ৰজলন কৰি বন কৰ্মী দশমীৰ মৃত্যুৰ আৰক্ষীক এটা সঠিক আৰু উপযুক্ত তদন্ত কৰিবৰ বাবে দাবী জনাই।