Download Now Banner

This browser does not support the video element.

বাঘবৰ: কলগাছিয়া-গুনিয়াগুৰী সংযোগী পথৰ নিৰ্মান কামৰ শুভাৰম্ভ কৰে জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে

Baghbor, Barpeta | Aug 25, 2025
কলগাছিয়া-গুনিয়াগুৰী সংযোগী পথৰ নিৰ্মান কামৰ শুভাৰম্ভ সোমবাৰে কৰা হয় ৷ কলগাছিয়া-গুনিয়াগুৰী সংযোগী পথৰ নিৰ্মান কামৰ শুভাৰম্ভ কৰে জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি পথটি যাতায়তৰ বাবে অনুপযোগী হৈ আছিল। যাৰ ফলত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী যাতায়তত যমত যাতনা ভুগিব লগা হৈছিল। বিধায়কগৰাকীৰ প্ৰচেষ্টাত SOPD আঁচনিৰ অধীনত ২০ লাখ টকা ব্যয় সাপেক্ষ পথটি নিৰ্মান কামৰ শুভাৰম্ভ কৰাত বিধায়কৰ এনে প্ৰচেষ্টাক ৰাইজে প্ৰশংসা কৰে।
Read More News
T & CPrivacy PolicyContact Us