This browser does not support the video element.
ছিপাঝাৰ: দোষী ব্যক্তিক শাস্তি দিবলৈ আঠকুৰীয়াত ওলাই আহিল গাঁওবাসী
Sipajhar, Darrang | Aug 28, 2025
ছিপাঝাৰৰ আঠকুৰীয়াত মাৰ-পিটৰ ঘটনা।চৰিফুল হক আৰু আন চাৰিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল।ঘটনা বিবৰণ অনুসৰি বিগত ২২আগষ্ট তাৰিখে নিশা আঠকুৰীয়া গাঁওৰ এঘৰত বৰলৰ বাহ পাৰিবলৈ গৈছিল অসম ফুটবল সন্থাৰ খেল পৰিচালক মোস্তাফিজুৰ ৰহমান আৰু তেওঁৰ তিনি বন্ধু।সেই সময়তে আঠকুৰীয়া পানী যোগান আঁচনিৰ জলমিত্ৰ চৰিফুল হক আৰু তেওঁৰ সৈতে অহা চাৰিজন আত্মীয়ই বৰলৰ বাহ পাৰিবলৈ যোৱা যুৱককেইজনক মাৰ-পিট কৰাৰ লগতে তেওঁলোকৰ দুখন মটৰচাইকেল কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰে।