Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: ছালাকাটিত বিপিএফৰ দলীয় সভা অনুষ্ঠিত, উপস্থিত বিটিচিৰ ৰপাৰিষদ ডেৰহৰছাৎ বসুমতাৰী

Kokrajhar Part, Kokrajhar | Sep 3, 2025
বুধবাৰ দিনা ৰাতিপুৱা১১বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত বিপিএফৰ ব্লক সমিতিৰ কাৰ্যালয়ত বিপিএফ ব্লক,প্ৰাইমাৰী আৰু বুথ সমিতিক লৈ এখন দলীয় সভা অনুষ্ঠিত কৰা হয়, উক্ত সভাত বিটিচিৰ আগন্তুক নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয়, সভাত বিপিএফ জিলা সমিতিৰ সভাপতি তথা বিটিচিৰ পাৰিষদ ডেৰহৰছাৎ বসুমতাৰী উপস্থিত থাকি বিপিএফৰ প্ৰাৰ্থীক জয়ী কৰাৰ উদ্দেশ্যেৰে কাম কৰিবলৈ সকলো কাৰ্যকৰ্তাক আহ্বান জনায়, উক্ত সভাত বিপিএফ ব্লক সমিতিৰ সভাপতি,সম্পাদক উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us