Download Now Banner

This browser does not support the video element.

গুৱাহাটী: চানমাৰিৰ নৱনিৰ্মিত উৰণ সেতুৰ তলত কেইবাটাও দাবীৰে চিআইটিইউৰ প্ৰতিবাদ সাব্যস্ত

Guwahati, Kamrup Metropolitan | Sep 2, 2025
চানমাৰি নৱ নিৰ্মিত উৰণ-সেতুৰ তলত CITUৰ প্ৰতিবাদ,কেইবাটাও দাবীৰে প্ৰতিবাদ সাৱ্যস্ত কৰে সংগঠনটোৱে।উৰনীয়া সেতুত আঘাতপ্ৰাপ্ত শ্ৰমিকক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ দাবী ।বিধি উলংঘাৰে নিৰ্মাণত কোম্পানীক শাস্তি প্ৰদানৰ দাবী জনাই।
Read More News
T & CPrivacy PolicyContact Us