Download Now Banner

This browser does not support the video element.

মৰিগাঁও: ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ছোৱালী ক্ৰিকেট টুৰ্ণামেন্ট চূড়ান্ত পৰ্য্যায়ৰ খেল সমূহৰ শুভাৰম্ভ

Marigaon, Morigaon | Aug 31, 2025
অসম ক্ৰিকেট সন্থাই পোন প্ৰথমবাৰৰ বাবে চাৰিটা জ'নত অনুষ্ঠিত কৰা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ছোৱালী ক্ৰিকেট টুৰ্ণামেন্ট ২০২৫ অৰ চূড়ান্ত পৰ্য্যায়ৰ খেল সমূহ মৰিগাঁও জিলাৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে। ৩১ আগষ্টৰ পৰা ৭ চেপ্তেম্বৰলৈকে চলিব এই চূড়ান্ত খেল খন।
Read More News
T & CPrivacy PolicyContact Us