This browser does not support the video element.
গুৱাহাটী: জি এমচি এইচৰ শিশু মৃত্যু তদন্ত নিৰপেক্ষ নহলে ন্যায়ালয়ৰ দ্বাৰস্থ হব পিতৃ উৎপল বৰদলৈ
Guwahati, Kamrup Metropolitan | Aug 28, 2025
জি এমচি এইচৰ শিশু মৃত্যু তদন্ত নিৰপেক্ষ নহলে ন্যায়ালয়ৰ দ্বাৰস্থ হব পিতৃ উৎপল বৰদলৈ।মুখ্যমন্ত্ৰীৰ সৈতে সঘনে যোগাযোগত আছে পিতৃ।এজাহাৰত উল্লেখ কৰা চিকিৎসকে নাটকীয় ভাৱে বিষয় টোৰ পৰা বাচিব চেষ্টা কৰাৰ অভিযোগ পিতৃৰ। অমিত শ্বাহৰ গুৱাহাটী আগমনৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়াটো বিলম্ব।