This browser does not support the video element.
তিনিচুকীয়া: ৰূপাই বৰপথাৰ গাঁৱত বছৰ বছৰ ধৰি আধৰুৱা অৱস্থাত এটা স্বাস্থ্যকেন্দ্ৰ, চিকিৎসাসেৱাৰ পৰা বঞ্চিত গাঁওখনৰ ৰাইজ #jansamasya
Tinsukia, Tinsukia | Aug 22, 2025
উন্নয়নৰ শ্লোগান দিয়া শাসনাধৃষ্ট চৰকাৰৰ দিনতে ডুমডুমা সমষ্টিৰ অন্তৰ্গত ৰূপাই বৰপথাৰ গাওঁত বছৰ বছৰ ধৰি গাঁৱৰ ৰাইজে চিকিৎসা সেৱাৰ বাবে হাবাথূৰি খাইছে।প্ৰায় পোন্ধৰবছৰ আগত উপস্বাস্থ্যকেন্দ্ৰ এটি নিৰ্মান কৰিছিল। উপস্বাস্থ্যকেন্দ্ৰটোৰ মোটামুটি গৃহটি নিৰ্মান হ’ল ঠিকেই কিন্তু চৰকাৰী ধন অপচয় হৈ আজিকোপতি স্বাস্থ্যকেন্দ্ৰটো সম্পূৰ্ণ নহ’ল । উপস্বাস্থ্যকেন্দ্ৰটোত এতিয়া ঘন হাবিয়ে পুতি থৈছে । অনতি পলমে এই স্বাস্থ্যকেন্দ্ৰৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ।