This browser does not support the video element.
বাক্সা: থমনাত বিটিচি নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে
Baska, Baksa | Sep 8, 2025
বাক্সা জিলাৰ থমনাত আজি ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। বিটিচি নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ কাৰ্যালয় মুকলি কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তেওঁ বিটিচি নিৰ্বাচনত দলীয় প্ৰাৰ্থী মানস প্ৰতীম কলিতাক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। তেওঁ জয়ী হ'লে কাৰ্যবাহী সদস্য পদ প্ৰদান কৰি সমষ্টিটোৰ মৌলিক সমস্যা সমুহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্তব্য কৰে।