Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত সদৌ দেশী জাতীয় পৰিষদৰ সিন্দুৰাই তল্লী আঞ্চলিক সমিতি গঠন

Dhubri Part, Dhubri | Aug 21, 2025
গৌৰীপুৰ সমিষ্টিৰ অন্তৰ্গত বৃহত্তৰ সিন্দুৰাই তল্লীত হোৱা সভা খনত আজি সদৌ দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ অধীনত #সিন্দুৰাই_তল্লী #আঞ্চলিক_সমিতি_এখন_গঠন_কৰা_হয়৷ আঞ্চলিক সমিতি খনৰ সভাপতি হিচাপে নির্বাচিত কৰা হয় ,#আইনুল_হক_দেশী, সাধাৰণ সম্পাদক“ হিচাপে #আমিনুৰ_ৰহমান কার্যকৰী সভাপতি হিচাপে #মুক্তাৰ_হুছেইন কে আদি কৰি ৩১ জনীয়া এখন শক্তি শালী সমিতি গঠন কৰা হয়৷
Read More News
T & CPrivacy PolicyContact Us