This browser does not support the video element.
দলগাঁও ভাগ: খাৰুপেটীয়াৰ অচিনতলাত নিশা অগ্নিকাণ্ডৰ ঘটনা ,তিনিটাকৈ দোকান সম্পূৰ্ন ভস্মীভূত
Dalgaon Part, Darrang | Sep 9, 2025
খাৰুপেটীয়াৰ অচিনতলাত নিশা অগ্নিকাণ্ডৰ ঘটনা ।তিনিটাকৈ দোকান সম্পূৰ্ন ভস্মীভূত । নিশা সংঘটিত হয় উক্ত অগ্নি কাণ্ডৰ ঘটনা । কেইবালাখ টকাৰ সা- সম্পত্তি জুইত ভস্মীভুত ।স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ চেষ্টাত নিয়ন্ৰন কৰা হয় জুই । চৰ্ট চাৰ্কিটৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ ।