This browser does not support the video element.
মৰিগাঁও: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধৰমতুলত পথ দুৰ্ঘটনা, দুৰ্ঘটনাটোত ঠাইতে নিহত এজন মটৰ চাইকেল আৰোহী
Marigaon, Morigaon | Sep 13, 2025
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধৰমতুলত পথ দুৰ্ঘটনা, দুৰ্ঘটনাটোত ঠাইতে নিহত এজন মটৰ চাইকেল আৰোহী।ছফিকুল ইছলাম নামৰ ব্যক্তি জনে মটৰ চাইকেলেৰে বৈঠালাংচৰ পৰা জাগীৰোডৰ ঘৰলৈ আহি থাকোতে সংঘটিত হয় দুৰ্ঘটনাটো।বৰষুণৰ মাজতে মটৰ চাইকেল আৰোহী জনে এখন ৰৈ থকা ট্ৰাকৰ খুন্দা মৰাৰ ফলত ঠাইতে নিহত হয়।বৰ্তমান আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।