Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: এফ আৰ এছ পদ্ধতি বাতিলৰ দাবীত ৰাজ্যজুৰি অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ক'লা দিৱস পালন,জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ
Jorhat West, Jorhat | Aug 21, 2025
FRS পদ্ধতি বাতিলৰ দাবীত ৰাজ্য জুৰি অংগনবাদী কৰ্মী সহায়িকাৰ কলা দিৱস পালন । জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী । জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সম্মুখত আজি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে অংগবাদী কৰ্মী সহায়িকাই। দেশত যি FRS পদ্ধতি চলি আছে এই পদ্ধতি বাতিল কৰাৰ দাবীত অসম ৰাজ্যিক কৰ্মী আৰু সহায়িকা সন্থা যোৰহাট জিলা সমিতিয়ে ক'লা দিৱস পালন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!