Install App
krishnasutradhar829
This browser does not support the video element.
বাক্সা: অঞ্চলীত কাইলৈ অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্রীৰ বিজয় সংকল্প সভা পৰিদৰ্শন মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ
Baska, Baksa | Aug 9, 2025
বাক্সা জিলাৰ অঞ্চলীত কাইলৈ অনুষ্ঠিত হ'বলগীয়া বিজয় সংকল্প সভা আজি পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসে। মন্ত্রী ৰঞ্জিত কুমাৰ দাসে আজি সভাস্থলী পৰিদৰ্শন কৰি বুজ লোৱা পৰিলক্ষিত হয়। মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ লগত ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আদি উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!