Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আৱন্টনত ব্যাপক অনিয়মৰ অভিযোগ

Dhubri Part, Dhubri | Oct 13, 2025
গৌৰীপুৰ মটেৰঝাৰত প্ৰধানমন্ত্ৰী আবাস যোজনা (PMAY) গৃহৰ জৰীপ (SURVAY) ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় একাংশ লোকে ৷ ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত তথা নতুনকৈ বৰুণডাঙা পঞ্চায়তত অন্তৰ্ভুক্ত হোৱা মটেৰঝাৰ কমলাৰঝাৰ গাঁও খনক PMAY গৃতৰ চাৰ্ভেৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ।
Read More News
T & CPrivacy PolicyContact Us