This browser does not support the video element.
লংকা: জুঠাংবস্তিত হোজাই জিলা শাৰীৰিক বাবে সক্ষম ব্যক্তিৰ কমিটি গঠন
Lanka, Hojai | Aug 24, 2025
লংকাৰ জুঠাংবস্তিত দেওবাৰে দিনৰ ২বজাত হোজাই জিলা শাৰীৰিক বাবে সক্ষম ব্যক্তিৰ কমিটি গঠন।শাৰীৰিক বাবে সক্ষম ৰাজ্যিক কমিটিৰ সভাপতি আব্দুল ৱাহাব সাধাৰণ সম্পাদক দেৱী শংকৰ প্ৰসাদ উপস্থিত থাকে।ৰাজ্যিক কমিটিৰ আহ্বানৰ মৰ্মে আজি হোজাই জিলা কমিটিৰ ঘটন কৰা হয়।লগতে শাৰীৰিক সক্ষম ব্যক্তি সকলক চৰকাৰে আগবঢ়োৱা বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা পৰিলক্ষিত হয়।