Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: তামাৰহাটৰ মেছপাৰা গাঁওত মৃতকৰ পৰিয়ালৰ ওচৰত বঙাইগাঁওৰ সাংসদ ফণী ভূষন চৌধুৰী

Dhubri Part, Dhubri | Oct 8, 2025
ঘটনাক লৈ চলিছে উচ্চ পৰ্যায়ৰ তদন্ত। কোচ ৰাজবংশী জনগোষ্ঠীৰ যুৱক এজনক আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগত অঞ্চলটোত চেপা উত্তেজনাৰ লগতে চাঞ্চল্যৰ সৃষ্টি হৈছে। পৃথকে পৃথকে দাখিল কৰা হৈছে কেইবখনো এজাহাৰ। দাবী এটাই এছ আই কপিল বৰাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ। ইয়াৰ মাজতে তদন্তৰ বাবে উপস্থিত হয় আৰক্ষী মহা পৰিদৰ্শক অখিলেশ কুমাৰ সিং।
Read More News
T & CPrivacy PolicyContact Us