This browser does not support the video element.
শিৱসাগৰ: ৰহস্যজনকভাৱে সন্ধানহীন দুই কিশোৰক বিচাৰি আৰক্ষী, এছডিআৰএফৰ শিৱসাগৰত অভিযান, চিচিটিভিত আৱদ্ধ কিশোৰ দুটা ওলাই যোৱাৰ দৃশ্য
Sibsagar, Sivasagar | Jul 2, 2025
ৰহস্যজনক ভাৱে সন্ধান হীন দুই কিশোৰৰ সন্ধান বিচাৰি আৰক্ষী ,SDRF ৰ শিৱসাগৰত অভিযান , চি চি টিভি ফুটেজত আৱদ্ধ কিশোৰ দুটা ওলাই যোৱাৰ পথ। মঙ্গল বাৰে বিয়লিৰ পৰা সন্ধান হীন দুই কিশোৰ শিৱসাগৰত । অন্যহাতে চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাটীমুৰীয়াৰ সমীপত দিখৌ নদীত পানীত পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । ইয়াৰোপৰি দুৰ্ভগীয়া কিশোৰ ঐশ্বৰিক ৰংমন মেধিৰ মাতৃৰ অভিযোগ কোনোবাই হত্যা কৰিছে সন্তানটোক । আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান নিৰুদ্দিষ্ট কিশোৰৰ সন্ধান বিচাৰি ।