Download Now Banner

This browser does not support the video element.

প্ৰৱঞ্চকৰ জালত ডবকাৰ ৰহিম উদ্দীন নামৰ এজন অট'চালক,ঘটনা সন্ধৰ্ভত ডবকাৰ গছতলাত মন্তব্য ভুক্তভোগী অট'চালকৰ

Doboka, Hojai | Aug 23, 2025
ডবকাত প্ৰৱঞ্চকৰ জালত ৰহিম উদ্দীন নামৰ এজন অট'চালক। প্ৰৱঞ্চকটোৱে অট' ভাড়া লৈ গৈ অট'চালকজনৰ ঘৰত খবৰ দিছিল পথ দুৰ্ঘটনা হোৱা বুলি।ঘটনা সন্ধৰ্ভত শনিবাৰে দিনৰ ৪বজাত গছতলাত মন্তব্য ভুক্তভোগীৰ। হয় ডবকাৰ পৰা হোজাই অভিমুখে ৰহিম উদ্দিন নামৰ অ'ট চালকজনে অ'টৰে লৈ গৈছিল ভাড়া ! ডবকাতে ভাড়া নথকাৰ কথা কৈ নীলবাগানৰ পৰা লৈ দিয়াৰ কথা কৈ ৰিজাৰ্ভ লৈ গৈছিল প্ৰৱঞ্চকজনে।নীলবাগান গৈ আত্মীয়ৰ দোকানৰ পৰা ভাড়া লৈ দিয়াৰ কথা কোৱাত মান্তি হৈছিল অট চালক ৰহিম উদ্দিনে।প্ৰবঞ্চক জনে বিপদৰ কথা কৈ এ হ
Read More News
T & CPrivacy PolicyContact Us