This browser does not support the video element.
ছিপাঝাৰ: ছিপাঝাৰত টিউচনলৈ গৈ সন্ধানহীন দশম শ্ৰেনীৰ দুই ছাত্ৰ, থানাত এজাহাৰ দাখিল
Sipajhar, Darrang | Aug 25, 2025
ছিপাঝাৰৰত ছাত্ৰ সন্ধানহীন ।ছিপাঝাৰৰ বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়ো। সন্ধানহীন ছাত্ৰ দুগৰাকীৰ নাম কৌস্তৱ কুমাৰ ডেকা আৰু মৌচম শৰ্মা পুৱাতে টিউচনলৈ বুলি ওলায় গৈছিল দুয়ো।বৰ্তমানেও ঘৰলৈ উভতি যোৱা নাই দুয়ো।ইতিমধ্যে বিভিন্ন স্থানত ছাত্ৰ দ্বয়ৰ সন্ধান চলাইছে যদিও কোনো শুংসূত্ৰ পোৱা নাই পিতৃ মাতৃয়ে।ঘটনাটোক লৈ অঞ্চলটিত চাঞ্চল্যৰ সূষ্টি কৰিছে ॥