Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: ছয় জনগোষ্ঠীৰ জনজাতিকৰণ লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ সন্দৰ্ভত মাকুমত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিৰ প্ৰতিক্ৰিয়া

Tinsukia, Tinsukia | Sep 13, 2025
শনিবাৰে বিয়লি প্ৰায় ৪ বজাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনৰ ওপৰত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ সন্দৰ্ভত মাকুমত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পাপু দত্তৰ প্ৰতিক্ৰিয়া । জনজাতিকৰণৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত যি আন্দোলন তিনিচুকীয়াত গঢ়ি তুলিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
Read More News
T & CPrivacy PolicyContact Us