Install App
ghynews
This browser does not support the video element.
গুৱাহাটী: মহানগৰীৰ সুন্দৰপুৰত পথ দুৰ্ঘটনা, দুখন দুচকীয়া বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনা আহত এগৰাকী যুৱতী, আৰু দুজন পুৰুষ
Guwahati, Kamrup Metropolitan | Oct 2, 2025
মহানগৰীৰ সুন্দৰপুৰত পথ দুৰ্ঘটনা, দুখন দুচকীয়া বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনা আহত এগৰাকী যুৱতী, আৰু দুজন পুৰুষ । AS01FX9633 আৰু AS01FV6033 মাজত সংঘটিত হয় দুৰ্ঘটনা ।গুৰুত্বৰ ভাৱে আহত তিনিও বাইক চালক-আৰোহী। চানমাৰী দিশৰ পৰা তীব্ৰ গতিত অহা AS01FX9633নম্বৰৰ বুলেট খনত আছিল যুৱতীগৰাকী ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!