This browser does not support the video element.
তিনিচুকীয়া: চহৰৰ মাজমজিয়াৰ চাইডিং বজাৰত সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইক আক্ৰমণৰ চেষ্টা
Tinsukia, Tinsukia | Aug 22, 2025
তিনিচুকীয়াত সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইক আক্ৰমণৰ চেষ্টা । চহৰৰ মাজমজিয়াৰ চাইদিং বজাৰত সংঘটিত হৈছে এই ঘটনা । তিনিচুকীয়াৰ চেম্বাৰ অৱ কমাৰ্চ আৰু শ্ৰমিকৰ(মতিয়া) মাজত মজুৰিক কেন্দ্ৰ কৰি হৈ থকা সংঘাতৰ বাবে চাইডিং বজাৰৰ সকলো কাম কাজ একাংশ লোকে বন্ধ কৰি থোৱা হৈছিল । তাৰ মাজতে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত এখন ট্ৰাক আৰক্ষীৰ উপস্থিতিত লডিং কৰিবলৈ লোৱাত বজাৰ বন্ধ কৰি থোৱা একাংশ লোকে উক্ত কাৰ্যত আৰক্ষী বিষয়াগৰাকীক আক্ৰমণৰ চেষ্টা ।