Install App
mokib786
This browser does not support the video element.
মানকাচৰ: হাটশিঙিমাৰীত অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু উপস্থিত হৈ শিক্ষা বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়
Mankachar, South Salmara-Mankachar | Sep 1, 2025
সোমবাৰে দিনৰ ২ বজাত মন্ত্ৰী ৰনোজ পেগুএ গৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় বৈঠকৰ সফল সামৰণি পৰে।মন্ত্ৰী গৰাকীয়ে উক্ত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি প্ৰাথমিক শিক্ষা,মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ তিনিওটা পৰ্যায়ৰ বিষয়া সকলোৰে সৈতে মত বিনিময় কৰে।পৰ্যলোচনা বৈঠকৰ পিছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কেইবাটাও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!