Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ লিডুত জীৱন্ত অৱস্থাত উদ্ধাৰ হৈছে এটি নৱজাতক শিশু, উপস্থিত আৰক্ষী

Margherita, Tinsukia | Aug 28, 2025
বৃহস্পতিবাৰে লিডু আৰক্ষী চকীৰ অন্তৰ্গত ২নং কলপাৰা গাৱৰ নিবাসী সমীৰ দাসৰ বাসগৃহত পুৱা ৭ বজাত পৰিতক্ত অৱস্থাত জীৱন্তে উদ্ধাৰ হয় এটি নৱজাতক শিশু । শিশুটি কন্যা সন্তান আছিল।। এইয়া সম্ভৱত কোনো দুষ্ট স্বভাৱৰ যুৱক যুৱতীয়ে নিজৰ অবৈধ পাপ লুকুৱাবৰ বাবে এনেদৰে পেলাই থৈ যায় নৱজাতক শিশুটি। জন্মৰ পাছতেই এনেদৰে পাপ লুকুৱাবলৈ চেষ্টা কৰা কাৰ্যক ঘৃননীয় আখ্যা দিছে সচেতন মহলে।। ইতিমধ্যে নৱজাতকটি লিডু আৰক্ষীয়ে জীৱন্তে উদ্ধাৰ কৰিছে।।।
Read More News
T & CPrivacy PolicyContact Us