Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: নগৰৰ ষ্টেচন চাৰিআলিৰ দামানি চাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি, জালিয়াতিৰ অভিযোগ

Sibsagar, Sivasagar | Sep 6, 2025
শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ দামানি চাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি , জালিয়াতিৰ অভিযোগ । ৫০ লিটাৰ তেলৰ বহন ক্ষমতা থকা টেংকীত ৬০ লিটাৰ তেল সোমোৱাৰ পাছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
Read More News
T & CPrivacy PolicyContact Us