Install App
chirangnews494
This browser does not support the video element.
বিজনী ভাগ: বিজনীত থুৰিবাৰী সমষ্টিৰ অগপৰ মনোনীত প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে
Bijni Part, Chirang | Sep 6, 2025
বিটিআৰৰ ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিত অগপৰ মনোনীত প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ,দলীয় শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত পাৰ্থজিৎ ৰায়ৰ প্ৰত্যাহাৰ মনোনয়ন পত্ৰ,আগন্তুক বিটিআৰ নিৰ্বাচনৰ ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিত অগপ দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছিল পাৰ্থজিৎ ৰায়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!