Download Now Banner

This browser does not support the video element.

গুৱাহাটী: পল্টন বজাৰত ৰাজ্যিক পৰিবহন কৰ্মচাৰীৰ প্ৰতিবাদ, ২০১১ চনৰ পৰা সেৱা আগবঢ়াই অহাৰ পাছতো চাকৰি নিয়মীয়াকৰণ নোহোৱাত ক্ষোভ

Guwahati, Kamrup Metropolitan | Sep 4, 2025
পল্টন বজাৰত ৰাজ্যিক পৰিবহন কৰ্মচাৰীৰ প্ৰতিবাদ ২০১১ চনৰ পৰা সেৱা আগবঢ়াই অহাৰ পিছতো চাকৰি নিয়মীয়াকৰণ নোহোৱাত ক্ষোভ।১৩৩৮ গৰাকী অস্থায়ী কৰ্মচাৰীক চাকৰি নিয়মীয়া কৰণত অনীহা১০৫৫ চালক,১৩ জন অভিযন্তা, DS ৩ জন, ৪৪৭ জন স্থায়ী কৰ্মচাৰীৰে চলিছে ASTC।
Read More News
T & CPrivacy PolicyContact Us