Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত লাখপতি বাইদেউৰ টকাৰ পৰা বঞ্চিত ‌হোৱা শ শ আত্মসহায়ক গোটৰ মহিলাৰ জিলা আয়ুক্তলৈ অভিযোগ

Mankachar, South Salmara-Mankachar | Sep 2, 2025
মঙলবাৰে দিনৰ আনুমানিক ২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী খণ্ড উন্নয়ণৰ অন্তৰ্গত কেইবাটাও আত্ম সহায়ক গোটৰ মহিলাই আজি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ত অভিযোগ দিয়াৰ বাবে শ শ মহিলাই ভীৰ কৰা পৰিলক্ষিত হয়।লাখপতি বাইদেৰ বাবে ১০‌ হাজাৰ কৈ টকা দিয়াৰ খবৰ পোৱাৰ পিছৰে পৰা‌ আত্ম সহায়ক গোটৰ মহিলা সকলে আবেদন পত্ৰ জমা দিয়ে।
Read More News
T & CPrivacy PolicyContact Us