Download Now Banner

This browser does not support the video element.

বজালী ভাগ: ৪০ লাখ টকা ব্যয় সাপেক্ষে নলীপাৰাৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

Bajali Part, Barpeta | Oct 13, 2025
বজালী জিলাৰ নলীপাৰা ভেঠুৱা গাঁ‌ৱৰ টুৰুকুণি জানত ভূমি সংৰক্ষণ বিভাগৰ জৰিয়তে গৰাখহনীয়া ৰোধৰ কামৰ সোমবাৰে শুভাৰম্ভ কৰা হয় । উক্ত গৰাখহনীয়া ৰোধৰ কামৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ উক্ত কাৰ্যসূচীত মন্ত্ৰী গৰাকীৰ লগতে জিলা আয়ুক্ত মৃদূল দাস, ভূমি সংৰক্ষণ বিভাগৰ বৰপেটাৰ মাণ্ডলিক বিষয়া সিদ্ধাৰ্থ শংকৰ চলিহা, ৰাজহ চক্ৰ বিষয়া চন্দন বেজবৰুৱাকে আদি কৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।
Read More News
T & CPrivacy PolicyContact Us