This browser does not support the video element.
কলগাছিয়া: ফজু বজাৰত নৱম ফজু বজাৰ মহোৎসৱৰ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাই খুটা স্থাপন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে
Kalgachia, Barpeta | Sep 29, 2025
ফজু বজাৰত নৱম ফজু বজাৰ মহোৎসৱৰ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাই খুটা সোমবাৰে স্থাপন কৰা হয়। নৱম ফজু বজাৰ মহোৎসৱৰ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাই খুটা স্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰি সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ উক্ত অনুষ্ঠানত সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মন প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি, উদ্যোক্তা তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।