Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: বীৰ লাচিত সেনাৰ নেতাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল । কেইবাটাও ধাৰাত ৰুজু হৈছে গোচৰ । চিটিকাৰ্ট নামৰ শ্বপিং মলৰ
Jorhat West, Jorhat | Aug 23, 2025
বীৰ লাচিত সেনাৰ নেতাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল । কেইবাটাও ধাৰাত ৰুজু হৈছে গোচৰ । চিটিকাৰ্ট নামৰ শ্বপিং মলৰ কৰ্তিপক্ষই দাখিল কৰিলে এজাহাৰ। বুধবাৰে শ্বপিং মলটোৰ ষ্ট'ৰ মেনেজাৰে এগৰাকী মহিলা কৰ্মচাৰীক অপ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পাছতেই ষ্ট'ৰ মেনেজাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!