Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: অসমত বাংলাদেশী থাকিব নোৱাৰিব, বঙাইগাঁও চহৰত সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ মন্তব্য

Bongaigaon Part, Bongaigaon | Aug 26, 2025
অসমত বাংলাদেশী থকা লৈ কাৰো আপত্তি থাকক বা নাথাকক সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থাৰ আপত্তি আছে । অসমত বাংলাদেশী থাকিব নোৱাৰিব, মঙ্গলবাৰে বঙাইগাঁও চহৰত এই মন্তব্য সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ।
Read More News
T & CPrivacy PolicyContact Us