Install App
jerina7
This browser does not support the video element.
ডুমডুমা: তালাপত সংশোধিত জি এছ টি ব্যৱস্থা আৰু স্বদেশী জাগৰণ অভিযান সন্দৰ্ভত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে সাংসদ প্ৰদান বৰুৱাৰ
Doom Dooma, Tinsukia | Sep 28, 2025
দেওবাৰে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ সৈতে তালাপ গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহৰ প্ৰাংগণত সংশোধিত জি এছ টি ব্যৱস্থা আৰু স্বদেশী জাগৰণ অভিযান সন্দৰ্ভত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে সাংসদ প্ৰদান বৰুৱাই । বিয়লি প্ৰায় ৪.৩০ মিনিটলৈকে অনুষ্ঠিত সভাত জি এছ টি হ্ৰাস নীতিয়ে কেনেকৈ সাধাৰণ নাগৰিকক প্ৰত্যক্ষভাৱে উপকৃত কৰিছে, সেই বিষয়ে আলোচনা কৰা হয় ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!