Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত ডুমডুমা মহিলা সমিতিৰ সভানেত্ৰী ববী বৰাৰ সংবাদমেল ,কিয় একাংশই বৰ্জন কৰিলে ববী বৰাক, তাক লৈ দিলে স্পষ্টীকৰণ

Tinsukia, Tinsukia | Sep 2, 2025
তিনিচুকীয়াত ডুমডুমা মহিলা সমিতিৰ সভানেত্ৰী ববী বৰাৰ সংবাদমেল । যোৱা ২৫ তাৰিখে ডুমডুমাত একাংশ লোকে এখন সভা পাতি ডুমডুমা মহিলা সমিতিৰ সভানেত্ৰী ববী বৰাক ডুমডুমাৰ জন জীৱনক অস্থিৰ কৰি ৰখাৰ অভিযোগ আনি কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজহুৱা প্ৰস্তাৱ গ্ৰহন কৰিছিল ।সেই সন্দৰ্ভত মঙ্গলবাৰে বিয়লি প্রায় ৩ বজাত তিনিচুকীয়াত এক সংবাদ মেল সম্বোধন কৰি কিয় একাংশই বৰ্জন কৰিলে ববী বৰাক, তাক লৈ সংবাদমেলৰ জৰিয়তে দিলে স্পষ্টীকৰণ ৷
Read More News
T & CPrivacy PolicyContact Us