Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মৈৰবাৰী দৈনিক বজাৰৰ কদর্যময় অৱস্থাৰ বাবে ব্যৱসায়ী সকলৰ প্ৰতিবাদ, কৰ্তিপক্ষৰ বিৰুদ্ধে চৰকাৰী ধন লুণ্ঠনৰ অভিযোগ

Marigaon, Morigaon | Sep 10, 2025
মৈৰবাৰী দৈনিক বজাৰৰ কদর্যময় পৰিবেশৰ বাবে আজি বজাৰ মাজতে তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ব্যৱসায়ী সকলে। ব্যৱসায়ী সকলৰ অভিযোগ অনুসৰি বজাৰ খনৰ পৰা কৰ সংগ্ৰহ কৰি আছে যদিও ব্যৱসায়ী সকলৰ অভিযোগৰ প্ৰতি গুৰুত্ব নিদিয়ে কৰ্তিপক্ষয়। বিশ্ব বেংকৰ কোটি কোটি টকা খৰচ কৰি নতুনকৈ বজাৰ গৃহ সমূহ নিৰ্মাণ কৰিছে যদিও আজিলৈকে সম্পূৰ্ণ নকৰাত নৱ নিৰ্মিত গৃহ সমূহত আৱৰ্জনা পেলাই কদর্যময় কৰি তুলিছে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে। অভিযোগ অনুসৰি এই কদর্যময় পৰিবেশৰ বাবে গ্ৰাহক নাহে বজাৰ খনলৈ।
Read More News
T & CPrivacy PolicyContact Us