Download Now Banner

This browser does not support the video element.

মানকাচৰ: মানকাচৰৰ কুৰালভাঙাত কোটী টকীয়া কালো FIS প্ৰকল্প পৰিত্যক্ত অৱস্থাত ,2008 চনত মানকাচৰৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰা প্ৰকল্পটো

Mankachar, South Salmara-Mankachar | Aug 25, 2025
সোমবাৰে দিনৰ ৪ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ কুৰালভাঙাত কোটী টকীয়া কিলো FID প্ৰকল্পৰ কাম কৰাৰ দাবী জনায় স্হানীয় ৰাইজে।চৰকাৰে জলসিঞ্চনৰ বিভাগৰ অধীনত মানকাচৰৰ বৃহত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলত হাজাৰ হাজাৰ কৃষক ৰাইজৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমিত জলসিঞ্চন ৰ কালো FIS প্ৰকল্পৰ যোগেদি পানী যোগান ধৰাৰ এক প্ৰকল্প হাতত লৈছিল ।
Read More News
T & CPrivacy PolicyContact Us