This browser does not support the video element.
ধুবুৰী ভাগ: গোলকগঞ্জত দিন দুপৰতে ডকাইতি, মূহূৰ্ততে লুটিলে লাখ টকা
Dhubri Part, Dhubri | Oct 9, 2025
গোলকগঞ্জৰ `সত্যেন্দ্ৰ নাথ প্ৰধানী` নামৰ এজন ব্যক্তিৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ধন ১ লাখ ৭৬ হাজাৰ টকা। গোলকগঞ্জ ষ্টেট বেংকৰ পৰা টকা আনি হনুমান মন্দিৰৰ সন্মুখত ছাইকেলত টকাৰ মোনা থৈ সেৱা জনাৱলৈ মন্দিৰত সোমোৱাৰ পিছতেই দুৰ্বৃত্তই লুটি নিলে টকা।