Download Now Banner

This browser does not support the video element.

নগাঁও: মুখ্যমন্ত্ৰীক ৰাজ ধৰ্ম পালনৰ আহ্বান মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ, জিলা পুথিভঁৰালত উপস্থিত হৈ এই মন্তব্য

Nagaon, Nagaon | Aug 23, 2025
নগাঁও জিলা পুথিভঁৰালত শনিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত উপস্থিত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। মধ্য অসম নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি সোচ্ছাৰ চৰকাৰৰ বিৰুদ্ধে মিৰা বৰঠাকুৰ ।মুখ্যমন্ত্ৰীক ৰাজ ধৰ্ম পালনৰ আহ্বান ।হিমন্তবিশ্ব শৰ্মা চৰকাৰক সকলোফালৰে পৰা ব্যৰ্থ চৰকাৰ আখ্যা।GMCHত শিশুৰ মৃ্ত্যুৰ সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য মীৰা বৰঠাকুৰৰ।উচ্ছেদ প্ৰসঙ্গতো সৰৱ হ’ল মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকী
Read More News
T & CPrivacy PolicyContact Us