Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: সদৰৰ বড়োফা সাংস্কৃতি কেন্দ্ৰৰ সন্মুখত শিল্পী দৈখৰাং খুংগুৰ বসুমতাৰীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে প্ৰমোদ বড়োৱে

Kokrajhar Part, Kokrajhar | Aug 24, 2025
ৰবীবাৰ দিনা ৰাতিপুৱা ১০.৩০ বজাত কোকৰাঝাৰৰ চন্দামাৰীত বড়োফা সাংস্কৃতিক কেন্দ্ৰৰ মূখ্য প্ৰৱেশ দুৱাৰৰ সন্মুখত বড়ো সমাজৰ সুখ্যাতি শিল্পী দৈখৰাং খুংগুৰ বসুমতাৰীৰ প্ৰতি মুৰ্তিৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উক্ত অনুষ্ঠানত বিটিচিৰ পাৰিষদ মাধৱ চেত্ৰীৰ লগতে স্থানীয় শিল্পী সকল উপস্থিত আছিল বুলি জানিব পৰা গৈছে
Read More News
T & CPrivacy PolicyContact Us